পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কমাজে থাকি দিয়া বুদ্ধি বিস্ত। পদবকে বিৰেচিবো চৰিত্ৰ গুৰুৰ। নানোহে স্ততি নতি প্ৰণতি ভকতি। দিবাকৰ দ্বিজ অতিশয় অল্প মতি। অদ্ভুত চৰিত্ৰ গুৰুৰ জানিবাহা লোকাই। নকৰিবা নিন্দা মোক দোষাদিক পাই। বৈষ্ণব সকলে নিন্দা নকৰিবা মোক। কৰষোড়ে কওঁ তাক শুনা সাধুলোক। অকৃতি অধম দ্বিজ নাহিক মোত পৰে। গুৰুৰ চৰিত্ৰ পদ শুনিয়োক নিস্তবে আকে শুণি নবলোক তবোক সংসাৰ। হৰি গুৰু পাৱে কোটা কোটী নমস্কাৰ। বানেশ্বৰ কত দিনে সন্তব সঙ্গত। গুকমুখে শুনাৱন্ত শাস্ত্ৰ ভাগৱত। পাছে গুৰু দৰশনে ইচ্ছা বৰ ভৈলা। পৰমাৰ এৰি গুৰু আশ্ৰমে লৰিলা। শুনিয়া পাছে গুৰুৰ বৈকুণ্ঠে পয়ান। অচেতন ভৈলা দ্বিজ নাহি চূৰ্তি জ্ঞান ও পৰম বিহ্বল আৱে উদাৰ পাই। গুৰ চৰিত্ৰ কথা শুধিলা দুনাই। খানেশ্বৰে কহে উদাৰক নম্ৰভাৱে। তুমি মুখ্য পাৰিষদ প্ৰণামোহে পাৰে। ৰাশিৰ শৰা কাল এ এ