পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোষ। কৰু হৰি ৰাম বেলা অবিশ্ৰাম॥৩ পদ। এহিমতে হৰি, ভকতি প্ৰচাৰি ভক্ত লগে নিলা, মাধৱে লড়িল, ক্ষেত্ৰ নিৰন্ত, ফিৰি আইলা ঘৰ, কৃষ্ণ গুণ গান, ওনি সৰ্বজন, যত বিপ্ৰ আইল, ক্ৰোধ বৰ পাইল, বিপ্ৰ নমান, গঙ্গা নেসেৱয়, ৰাজগুৰু সম্ভ, গত মান, শুনি নৃপবৰ, হয় কোথ, নৰূপ ধৰি, আছা লীলা ক২ি১৫ গঙ্গা স্নানিলা, স্নানক কৰিলা॥২১৬ ফুলি শঙ্কৰ, বাউসী নগৰ।২১৭ কৰন্ত কীৰ্তন, আনন্দিত মন॥২১৮ ৰাজাত জনাইল, দশন চোবাইল॥২১৯৷৷ কৰ্ম নয়, ভাগৱত কয়॥২২০ তেহে কহিল, খাদ্ধ প্ৰবৰ্তন॥২২১ বাক্য ব্ৰাহ্মণ, বুলিলা উত্ত।২২২