পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ হেন কহিল, গুৰু মানিলন্ত, কালীৰাম সন্ত, ৰাম মহন্ত, মাধৱ মহন্ত, বলৰাম সত্ত, ৰু আভা দিল, নাৰায়ণে নিলা, ভকত মহন্ত, তাক কহিল, শ্ৰীমন্ত শঙ্কৰ, গুৰু প্ৰিয়ত, মাধৱ শোধস্ত, সমতে শুনত, প্ৰেমৰ সাগৰ, ভকতি ৰসৰ, ৰসিক সকলে, পৰম মঙ্গল, অসম ৰাজ্যৰ, বেহাৰ দেশৰ অবনিশি চাৰি, ভকতি বিস্তাৰি, নাৰায়ণ সন্ত, শৰণ লৈলন্ত॥১৯৬ শৰণ লৈল, গুৰু ভজিলন্ত॥১৯৭৷ শৰণ লৈল, গুৰু মানিলন্ত॥১৯৮৷ যত ভক্ত পাইলা, পাৱত ভেটিল॥১৯৯৫ আইল অপৰ্য্যন্ত, কোনে কলিন্ত ২•• হৰি ভকত, নাহি তাত্ত পৰ ২০১ শঙ্কৰে কহ, ভক্তি প্ৰবৰ্তত ২২ মন্ত শঙ্কৰ, পাতিলা পাৰ॥২৩ প্ৰিয়ে কৌতুহলে, যশ সু-নিৰ্ম্মল॥২৪ কামৰূপ, ভক্ত একতৰ ২৫ বেক বিচাৰি, তাৰিলা মুৰি॥২০