পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অহম মিলিল, শঙ্কৰ জানি, হেস্পচ মাৰিল, নদী পাৰ ভৈল, মাধৱ আসিল, দুইহাঙ্কো ধৰিল, নগৰ পশি, হৰিক কাটিল, আত অনন্তৰ মহা অথান্তৰ, অসমত বৰ, ভূঞা সমস্ত, লোক গোট খাইলা, শৱৰ পাইল, শঙ্কৰ চলিল, মাধৱক কৈল, যত ভক্ত সম্ভ, শঙ্ক মহত্ত, ভাটিক গৈল, থান কৰিলন্ত, ঘৰ সজাইলা, দেৱ গৃহ বৈল, দুৱাৰে ভেটিল, ধৰিবে আসিল॥১৭৪। অহম পৰিল, বেগে অন্তৰিল॥১৭৫ হৰিক দেখিল, উজনিৰ নিল ১৭৬ সন্দিকৈত দিল, তাক এৰিল।১৭৭ শুন সবে ন, শঙ্কা দেৱৰ ১৭৮ ভৈল অবান্ত, লাগিল জগৰ॥১৭৯৷ বেলগুড়ি আইলা, বাৰ্তাক জনাইল। ১৮০ পৰিবাৰ লৈল, মূৰ্তিখান থৈল॥১৮১ সবে লড়িল, নাৱে চলিন্ত॥১৮২ বাউসী পাইলগু, আনন্দে ৰৈলত ১৮৩ হাটিক বন্ধাইল, প্ৰসঙ্গ পাতিলা ১৮৪