পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰী মাধৱ মহন্ত, মনুষ্য মুহ, আগ বাঢ়িল, গুৰু মানিল, পাৱে পৰিলন্ত, শৱৰ মহন্ত, তোমাক দেখিলে, অমৃতক পিলো, আনো বহুতৰ, ভকত সৰ, ভকতিৰ হাত, লোকত প্ৰখ্যাত, মাধৱে সহিতি, ভকতিৰ ৰীতি, বিপ্ৰ অপৰ্যন্ত মালাক নিন্দ শুনি শঙ্কৰৰ, কিনো অবান্ত, ভকতি পথত, দেখে কেনমত, সভাক চলিব, শাস্ত্ৰ বিচাৰিবো, বিস্ময়ে সোমন্ত, এন্তে ভগৱন্ত॥১৫২ জানু পাৰিলন্ত, শৰণ লৈলন্ত॥১৫৩ স্নেহে কান্দিলন্ত, তুলি ধৰিলন্ত॥১৫৪৷ আনন্দ লভিলো, প্ৰেমত মজিলো॥১৫৫ বুলিলা শঙ্কৰ, আনন্দ বিস্তৰ॥১৫৬৷ পাতিলন্ত তাত, ভৈল সাক্ষাত॥১৫৭ ফয়া একমতি, দেখাইলা পীৰিতি॥১৫৮ ভক্তিক নসন্ত ভক্ত কথন্ত॥১৫৯ কাশে কলেৱৰ, ভকত সব॥১৬। দুধ ট ইমত, ভক্তি কবে হত॥১৬১ বাদক কৰিব, মালাক ৰাখিবো॥১৬২