পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰীগুৰু বাম ভদ্ৰ সম্ভ, কৰ্ম এৰিলন্ত, কৃষ্ণ কান্ত সন্ত, গুৰু মানিলন্ত, গঙ্গাধৰ সন্ত, গুৰু মানিলন্ত, ৰুপদ নাম, গুৰুক প্ৰণাম, ধৰ আছ, শৰণ গৈলন্ত, ৰাম ভট্ট সন্ত, শৰণ লৈলন্ত, বিষ্ণু দত্ত নাম, কৈল। পৰশুৰাম, বিষ্ণুপুৰী সন্ত, ব্ৰহ্মানন্দ সন্ত, ৰূপ সনাতনে, পৰম যতনে, আনো যত সন্ত, তাক কহি অন্ত, আমি মূঢ়জন, কৰিলে। গথন, গুৰু মানিলন্ত, হৰি ভজিলন্ত॥৯৫ পৰম মহন্ত, হৰি ভজিলন্ত॥৯৬ পৰ মহন্ত, হৰি ভজিলন্ত॥৯৭ তেজি আন কাম, ভজিলন্ত বাম॥৯৮৷ পৰম মহন্ত, হৰি ভলিন্ত॥৯৯৷৷ গুৰু মানিলন্ত, হৰি ভজিলন্ত॥১০০ অতি অনুপাম, গুৰুক প্ৰমি॥১০১ পৰম মহন্ত, শৰণ লৈলন্ত॥:০২। গুৰুৰ চৰণে, পশিল শৰণে॥১০৩৷৷ শৰণ লৈল, কোনে কৰিবম্ভ॥১০৪ গুৰু গুণগণ, ক্ষমা সন্ত জন॥১০৫