পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
শ্ৰীমদ্ভগৱদ্‌গীতা

নামৰ সমান নাহি যোগ কৰ্ম্ম ধৰ্ম্ম।
নাম-ভক্তিপৰায়ণ সেহিজন ব্ৰহ্ম॥ ১০৬৬
কহয় গোবিন্দ মিশ্ৰে শুনিয়োক নৰ।
ৰাম কৃষ্ণ ধ্বনি কৰি সংসাৰত তৰ॥ ১০৬৭

(চতুৰ্দ্দশ অধ্যায় সমাপ্ত)