পৃষ্ঠা:শ্ৰীমদ্ভক্তিবিবেক.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কার্যকাৰকৰ দুআবাৰ ভট্টদেৱৰ এই সংস্কৃত গ্রন্থখনি এখনি মূল্যৱান গ্রন্থ আৰু ১৫৪৩ শকতে ইয়াক লিখা হৈছিল। ইমান দিন। মূৰত ই আজি ছপা হৈ ওলোৱাটো সকলােৰে আনন্দৰ কাৰণ। তিনিখন হাতে লিখা পুৰণি পুথি চাই পূৰ্বৰ কটনকলেজ, অধ্যক্ষ শ্রীলক্ষ্মীনাৰায়ণ চট্টোপাধ্যায় এম এ বেদশাস্ত্রী মহাশয়ে পাঠশুদ্ধি কৰিছিল। ডক্ট বাণীকান্ত কাকতিদেৱে ইয়াক সংগ্ৰহ কৰি থৈছিল। উক্ত চট্টোপাধ্যায় মহাশয়ৰ সম্পাদকীয় কথা ইত্যাদি পাতনি দিয়াৰো কথা আছিল। বর্তমানে সেই পানি সংগ্রহ কৰাৰ সুবিধা নঘটিল। কাকতিদেৱৰ দিহ। মতে ছপা শেষ হোৱা পৰ্যন্ত এই গ্ৰন্থখনিৰ প্ৰকাশ কৰা কাৰ্যত আমি আত্মনিয়ােগ কৰিছে। কিন্তু নানা কাৰণত গ্রন্থ ওলােৱাত প্রায় তিনি বছৰ হল। ইয়াৰ ভিতৰত দুপ। আদিত দুই এটি ভুল ৰৈ যােৱা স্বাভাবিক। তাৰ বাবে পাঠকসকলে আমাক ক্ষমা কৰিব বুলি আশা কৰিলে। | ডক্ট কাকতিদেৱৰ অনুৰোধত শ্ৰীযুত হৰিনাৰায়ণ দত্তবৰাই এই গ্রন্থ ছপা কৰি উলিৱাৰ বাবে তেখেত সমূহ অসমীয়াৰ এ আৰু প্ৰশংসাৰ পাত্র। একাশকে সকলােৰেপৰা এত উৎসাহ পাৰ বুলি আশা কৰিলে। ইতি বিনীত উপে লেখক