পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাননী।

 ইয়াৰ দ্বাৰাই সকলোকে জানোৱা হল যে, তলত লেখা ধৰ্ম্ম পুথি দুখন মোৰ ওচৰত পোৱা যায়। আৰু একে লগে চাৰি খন শ্ৰীভজনবিলাস পদ্ধতি, নিলে তাৰ লগত বিনা মূল্যে সব্বধৰ্ম্ম সাৰ, এখন উপহাৰ দিয়া যাব।

পুথিৰ নাম।   মূল্য৷
১। শ্ৰী ভজনবিলাস পদ্ধতি
২। সৰ্ব্বধৰ্ম্ম সাৰ।
।৹
৵৹

ঠিকানা 
শ্ৰীলাহিৰাম তালুকদাৰ,
পোঃ পাটাচাৰকুচি,
সাং বামাখাটা, কামৰূপ।