পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উৎসৰ্গ। ওঁ হৰ-কৃষ্ণ আৰাধনাৰ ফললাভ মোৰ অষ্টম সন্তান—একেটি পুত্ৰ, প্ৰাণাধিক শ্ৰীমান্ হৰকৃষ্ণনাথ গোহাঞি বৰুৱা ‘দেউতাকণৰ’ শিৰত পৰমাৰাধ্য আউনী আটীয় সত্ৰাধিকাৰ শ্ৰীশ্ৰীহেমচন্দ্ৰ দেৱ গোস্বামী ইষ্টগুৰুদেৱদত্ত ইপাহি আশীষ নিৰ্ম্মালি। গ্ৰন্থকাৰ।