পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতিগুৰি। উগ্রসেনৰ পুত্র কংস; দেৱকৰ কন্যা দৈৱকী। বিদুৰথৰ পুত্র শিনি; শিনিৰ বংশধৰ ভােজ (২য়); ভােলৰ পুত্ৰ সুৰ ; সুৰৰ পুত্র বসুদেব। বসুদেৱৰ ভাৰ্য্যা দৈৱকী; দৈৱকী-বসুদেৱৰ পুত্র শ্রীকৃষ্ণ। (১) শ্ৰীকৃষ্ণৰ আঁতি গুৰি বিচাৰি আগৰপৰা গুৰিলৈ সহজে বগাব পৰাকৈ হৰিবংশ, বিষ্ণুপুৰাণ, ভাগৱত-পুৰাণ আৰু মহাভাৰতৰপৰা ডাল ধৰি তলত এজুপি কৃষ্ণবংশবৃক্ষ ৰুই দিয়া গল। পুথিত এই বংশবৃক্ষৰ আগ তলতৈ আৰু গুৰি ওপৰলৈ অঙ্কিত হৈছে। এই বৃক্ষৰ আগৰপৰা নামি আহি গুৰিৰ পঞ্চম পুৰুষৰ গালৈকে বগাই গলে, শ্রীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ একেজন মূলপুৰুষক লগ পােৱাগৈ যায়। আৰু তাৰ আগতে, আঁতি-গুৰিৰপৰা দশম পুৰুষত শ্রীকৃষ্ণ আৰু কৌৰৱ-পাণ্ডৱৰ একেজন মূলপুৰুষক লগ পােৱা যায়। যেনে- (১) ঐকৃষ্ণৰ জীৱনীতথ্য মহাভাৰত, হৰিবংশ আৰু পৌৰাণিক ইতিহাস পুৰাণৰপৰা সংগ্ৰহ কৰা যায়। পুৰাণ ১৮ নং) বিষ্ণুপুৰাণ, (২) ভগৱত পুৰাণ, (৩) ব্ৰহ্মপুৰাণ, (৩) পদ্মপুৰাণ, (৩) বায়ুপুৰাণ, (৬) নাৰপুৰাণ, (৭) মাকে তের পুৰাণ, (৩) অগ্ৰিপুৰাণ, ৫০) ববাহপুৰাণ, (১০) স্কলপু, (১) লিঙ্গপুৰাণ, (১২) ভবিষ্য পুৰাণ, (১৩) মৎস্য পুৰাণ, (১০) কুপুৰাণ, (১০) গরুড়পুণ, (১৩) বামন পুৰাণ, (১৭) ব্ৰহ্মপুৰাণ, আৰু (১) হ্মবৈবর্ত পুৰাণ। এই ১৮ খন পুৰাণৰ ভিতৰৰ মুঠেই ১ খনত হে কৃষ্ণতথ্য পােৱা যায়; যেনে বিষ্ণু পুৰাণ, (২) ভাগৱত পুৰাণ, (৩ বায়ুপুৰাণ, (৩) পদ্মপুৰাণ, (৩) পুৰাণ, (৩) কুর্থ পুৰাণ, (৩) বামন পুৰাণ, ৬) ব্ৰহ্মপুৰাণ, এক (১) ব্রহ্মবৈবর্ত পুৰাণ। এইবােৰ প্রাচীন গ্রন্থৰ ভিতৰত মহাভাৰত সবাতােকৈ প্রাচীন। মহাগৰতৰ পাচত হৰিবংশ প্রাচীন। পুৰাণৰ ভিতৰত বিষ্ণুপুৰাণ আটাইতকৈ পুৰণি ; ভাৰ পাচতে ভাগৱত-পুৰাণ। বর্তমান হভতপোৱাখন বৈপুণ সবাতােকৈ মণীয়; অচলন ব্রহ্মবৈবর্ত পুৰাণৰ সজান অ্যাপি পােৱা নাই এখােন।