পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE' THE BOOK CAREFULLT. শ্রীকৃষ্ণ। আদ্যলীলা খণ্ড। ( আঁতিগুৰিৰপৰা চৈধ্য বছৰীয়া বয়সলৈকে)। ১। আধ্যা । প্রথম ছেদ। আঁতিগুৰি। মৰীচি (১) শ্রীকৃষ্ণবংশবৃক্ষৰ আঁতি-গুৰি। মৰীচিৰ পুত্র কশ্যপ ; কশ্যপৰ পুত্ৰ বিৱস্বান; বিস্বানৰ পুত্র শ্রদ্ধাদেৱ। শ্রদ্ধাদের পাচত বৈবস্বত মনু নামে খ্যাত। মনুৰ দুই সন্তান সুম পুত্র, আৰু () মৰীচিৰ ওপৰ-পুৰুষৰ নাম জনা নাযায়; গতিকে পুৰাণাদিত তেওক সৃষ্টিকর্তা ৰহ্মাৰ মানসপুত্র বােলা হৈছে। এতেকে, মৰীচিৰ ওপৰ-পুৰুষ অনাদি। DISTRICT LIBRARY (HEM BARUA COLLECTION) TEZPUR.