পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাম-কৃষ্ণৰ মহাপ্ৰয়াণ। bos ভক্তি-প্ৰেমত গগদ হৈ অতি বিনীতভাৱে কাষতে উপবেশন কৰিলে (১)। এই ভক্ত-বান্ধৱদ্বয়ক সেই অৱসৰতে ভগৱন্ত শ্ৰীকৃষ্ণই মোপ্ৰাপ্তি বিষয়ক ভালেমান তত্ত্বজ্ঞান দান কৰিলে। যদুবংশধ্বংসৰপৰা সপ্ত-অহোৰাত্ৰৰ অন্তত, পৃথিবীত ধৰ্মৰাজ্য সংস্থাপনৰ বিমল সুখ অনুভৱ কৰি, আত্মতত্ত্বজ্ঞানৰ পুনৰাবৃত্তিত ধৰি থাকোতেই, সেই সমাধিস্থ অৱস্থাতে নিস্পৃহ, বিষয়-সুখত উদাসীন আৰু পৰমানন্দস্বৰূপ (২) ভগৱন্ত শ্ৰীকৃষ্ণই আত্ম-ইচ্ছা প্ৰয়োগৰে অলৌকিক ভাৱে নৰত আৰু নৰবিগ্ৰহ বিসৰ্জন দি, ঐশ্বৰিক জ্যোতিৰে জ্যোতিষ্ম হৈ, বৈকুণ্ঠলৈ মহাপ্ৰয়াণ কৰি পুনৰপি পৰমাত্মাত বিলীন হলগৈ। (৩) অন্ত্যলীলা অন্ত। (১) তস্যামুৰক্ত মুনেমুকুন্দঃ প্ৰমোদভাবানতকন্ধৰস্ত। আততা মামনুৰাগহাসসমীয়া বিশ্বময় বাচ।” —শ্ৰীমদ্ভাগৱত, তৃতীয় স্কন্ধ, ৪ৰ্থ আধ্যা, ১০ম তোক (২) “কাণ্যনীহস্ত যোহব তে দুৰ্গাএয়োহৰিভৎ পলাশ কালান্সনো যৎএমদাযুতাম আত্নতেঃ খিদ্যতিথীবিদামি। শ্ৰীমদ্ভাগৱত, তৃতীয় স্কন্ধ, আধ্যা, ১লোক। (৩) “বিদুৰোবা বা কৃষ্ণ পৰমান। ক্ৰীড়মোপাৱদেহত কণি বিতালিচ। দেহভস তসৈবং বীৰাং ধৈৰ্যবান। অং দুফতৰং পশুনাং বিবায়না। -মাগত, তৃতীয় খ্যা, ৩৩ দোক।