এইখিনিত তেওঁৰ মনত আৰু এটা চিন্তাই খেললে যে, বিয়ে এলেই হৈছেগৈ আকৌ জুৰি অহাতকৈ একেবাৰে তেওঁৰ ধৰ্মৰা আপনৰ উৰে সামৰণি মৰি যোৱাই শ্ৰেয়। সেই অবি, এই যুধিষ্ঠিৰৰ অনুৰোধ বিনাওজৰে ৰক্ষা কৰিবলৈ মান্তিহল। ইয়াৰ লগতে আৰু এটা মৰ্মস্পৰ্শী অনুৰোধ কোমলপ্ৰাণ যুধিষ্ঠিৰে অতি কাতৰভাৱে এইবুলি আগবঢ়ালে, “হে কৃষ্ণ! তোমাৰ বিহনে আজি হস্তিনাপু। কুলনাৰীসকলক সানা দিওঁতা আন আৰু কোন আছে। তুমি নুবুজালে আজি পুত্ৰশোকত জৰ্জৰিত বৃদ্ধ অন্ধৰাজক বুজাব কোনো তোত বাজে পুত্ৰশোক বিহ্বলা বৃদ্ধা গান্ধাৰীদেৱীক বুজাবলৈ আজি কাৰ সাহ আছে? তুমি নুবুজালে পঞ্চপুত্ৰৰ বিয়োগত অধী জৌপদী আজি বুজাবলৈ সাধ্য আছে কাৰ? তোমাৰ অমৃতময় বুজনিত বা আজি পাঞ্চাল ৰাজৰৱাৰীসকললৈ আন কি বুজনি আছে। এই সবাৰৰ উপৰি তোমাৰ অনুপস্থিতিত এৰাবাৰী যেন হস্তিনাপুৰত পু
- মানতে “ফেবু বা “কু-পা কি কুক
বিপৰে। কিন্তু ইয়াৰ পাচতে, সৌখিক পৰৰ অন্তৰ্গত ঐ পৰ্ব খ্যাত এই ৰা সংক্ৰান্ত কিছু কথা আছে, যাৰু ওপৰঞ্চি কুলি অনায়াসে সাব্যস্ত কৰা যায়। ভাত কৃষ্ণ-সংসৰ্গৰ কথা ইমানেই আছে যে, দ্ৰৌপদীৰ পাপৰ ৰাৰ প্ৰতিশোধ দিবলৈ যেতিয়া পাওসকলে লুকাই থকা অমাক ৰা পেলায়ন, তেতিয়া তেও দোপায় হৈ ৰণিৰ অ নিলে কৰে; সেই অষ্য। পঞ্চপাণ্ডৰ এটি লাল, উৰাৰ গতি অতিৰ পুত্ৰসন্তান মনে। পিতে, দ্ৰৌপদী, সুভা আৰু উত্তৰ কাকুতিঃ এত বেশী ফকৰ চিৰিত সেই স্মৃত সন্তান পুৰিত। সেই সালেই গীতি, শৰ ৰগে।