পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 কৃষ্ণ। শক্ত হল। কিন্তু পাঞ্চাল কোৱৰ কেইজনৰ আকৌ গা উঠিল। সিফিকেও সেই ছেগতে দুৰ্য্যোধনক গৰিহণা দি মনৰ আক্ৰোশ মিটাৰলৈ ধৰিলে। এনেতে, শ্ৰীকৃষ্ণদেৰে বৰ বিৰক্তিভাৱে আগবাঢ়ি অহিসিবিলাকৰ সমূখত থিয় দি এইবুলি বুজনি দিলে, “মই ইয়াৰ অগেয়ে ভীমসেনক কোৱা কথালৈ আপোনাসকলক স্মৰণ কৰাই দিছে; আপোনাসকলে অযথা চৰ্চা কৰি, আৰ্জিত গৌৰৱত কলঙ্কৰ চেকা নেপেলাব। ব’লক, আমি এতিয়া আমাৰ শিবিৰলৈ সদৌকে ওটোক। (১) শ্ৰীকৃষ্ণৰ সঙ্কেত পাই অৰ্জুন ৰথী ৰথত চৰিলত, অনতিপলমে কৃষ্ণ- সাথীয়ে তেওঁৰ ৰথ ৰণক্ষেত্ৰৰ মুখে চলাই দিলে। গতিকে, ৰাকীসকলেও তৰ্কবাদ আৰু গঞ্জনাদি পৰিহৰি অৰ্জুনৰ ৰথৰ পিচ ধৰিলে; যথাসময়ত উলটি আহি পাণ্ডৱ দল পুনৰপি ৰণস্থলত সমবেত হহি। তাৰ পাচত, ৰণৰীতি অনুসাৰে, সিবিলাকে ৰণজয় ঘোষণা কৰি দি পাণ্ডব শিবিৰত বিজয় পতাকা উৰুৱালে। যুদ্ধৰ প্ৰচলিত নিয়মমতে বিজয়ীলে, ৰণ সমাপ্তিৰ পিচদিনাৰ ৰাতিটো শিবিৰতে বঞ্চিব লগীয়া হয়; কিন্তু শ্ৰীকৃষ্ণৰ উপদেশ অনুসৰি পঞ্চ-পাণ্ডৱে তাৰপৰা অলপ নিলগত দৰ্শক-শিবিৰত শয়ন কৰিলেগৈ। ইমানতে ১৮ ওঠৰদিনীয়া কুৰুক্ষেত্ৰমহাৰণৰ সামৰণি পৰিল। (১) মহাভাৰত, শল্যপৰ্ব, ম আধ্যা।-বি শ্ৰীকৃষ্ণই পতিত ৰীৰ দুৰ্য্যেধনক নিন্দা কৰা আৰু গৰিহণা দিয়া সহিব নোৱাৰি বিৰক্তিৰে পাঞ্চাল কোৱৰকলক সাধু আৰু কটু উক্তিৰে বুজনি দি ক্ষান্ত কৰিছিল, সেই কৃষ্ণই অন্যায়-অবিধিকৈ সেই দুৰ্যোধনৰ উৰু ভাঙ্গিবলৈ ভীমসেন অতি প্ৰিয় সখি আৰু ভক্ত শিষ্য অৰ্জন ৰীয়তে সতে দিওৰাটো যে অযুক্তিকৰ আৰু অসংলগ্ন আখ্যা ভাত আৰু অকণে সবাই। -“দুৰ্য্যোধনৰ কৃষ্ণনিন্দা'।