পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 

 এই জন্ম ৰহস্য নামে সৰু পুথি খনি আন আন ভালেমান লাগতীয়াল পুথিৰ পৰা সংগ্ৰহ কৰি আনি ছাপোৱা হ’ল। পাঠক সকলৰ ওচৰত আদৰণীয় হলে মোৰ যত্ন সফল হব বুলি আমি কৰিবো।

 

পলাশবাড়ী
১৫ ই
১৩১৫ সন।

বিনীত
শ্ৰীৰমাকান্ত শৰ্মা।