পৃষ্ঠা:শিশুপাল বধ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিজ্ঞাপন।

 মোৰ প্ৰকাশিত তলত নাম দিয়া পুথি বিলাক মোলৈ পত্ৰ দিলেই ভি পি ডাকত দি পাঠাম, ঘৰতে বহি পুথি পাব। এই বোৰ পুথিৰ ডাক মাচুল দিব নেলাগে, মই নিজে দি. একে বাৰেই অধিক ধনৰ পুথি নিলে বহুত কমিচন দিম।

১। অশোক চৰিত্ৰ   ৵৹   ১৩। বৰ বেজালী  ।৹
২। লক্ষ্মী চৰিত্ৰ   ৴৹  ১৪। বৰ কৰতি পুথি   ৷৵৹
৩। ভীম চৰিত্ৰ   ৷৹  ১৫। বাৰভণী  ।৹
৪। ডাক চৰিত্ৰ  ।৹   ১৬। নাম ঘোষা   ৷৷৹
৫। নল চৰিত্ৰ   ৷৷৹  ১৭। ফুল কোঞৰ   ৶৹
৬। পক্ষী চৰিত্ৰ  ।৹  ১৮। কালিকা পুৰাণ   ৷৵৹
৭। ৰুক্মিণী হৰণ   ৸৹  ১৯। গুৰু গুণ মালা   ৶৹
৮। তুলসী চৰিত্ৰ   ৶৹  ২০। সুধম্বা বধ   ৷৵৹
৯। কুমৰহৰণ   ॥৹  ২১। পদ্ম পুৰাণ স্বৰ্গ খণ্ড   ৷৵৹
১০। নামতী আই   ৷৵৹  ২২ শিশুপাল বধ   ৶৹
১১। বিয়া নাম   ৵৹  ২৩। উষা হৰণ   ৷৵৹
১২। আই নাম  ।৹  ২৪। অনাদি পাতন   ৷৷৹

 এই ৰকম আৰু অনেক পুথি আছে এটাই বোৰৰ নাম ইয়াত দিবলৈ ঠায়ে নোযোৰে। যাক যি পুথি লাগে লিথিলেই পাব, এক টকাৰ কম ধনৰ পুথি লাগিলে, সেই দামৰ ডাক টিকিট পঠাব। একেবাৰে অধিক ধনৰ পুথি নিনিলে কমিচন নেপায়।

শিৱনাথ ভট্টাচাৰ্য।
পোঃ ৰিহাবাৰী।