পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )


৫। শিপিনী শিপিনী এটাইবোৰ শিপিনী জানানে ২
কেনেনো শিপিনী ভাল।
গৰকা মাৰোঁতে চেৰেকাই মুতিলে জানানে ২
সিজনী শিপিনী ভাল॥


অন্ত।