পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী।

⸻:০:⸻

 মোৰ হাটত তলত লিখা পুথি বিলাক, কিনিবলৈ পাব। ই আৰ বাজেও সকলো স্কুল, পাঠ্য কিতাপ বেচিবৰ কাৰণ যুগুত আছে।

কীৰ্ত্তন পকা বন্ধা ২॥৹ দশম ২্‌ পাতলী কাণ্ড ৰামায়ণ ॥৹ অসমীয়া নিদান ॥৹ নাসিকা পুৰাণ ॥৹ ভক্তিতত্ব দৰ্পণ ॥৹ কুমৰ হৰণ ॥৹ খটাসুৰ বধ ।৴৹ বৈষ্ণবী কীৰ্ত্তন ।৶৹ স্তৱ কৱছ ।৴৹ বাৰভণী বিষালী সংগহ ।৹ ন, সৰল স্যমন্ত হৰণ সংগ্ৰহ ৵৹ ন, কাণ খোৱা সংগ্ৰহ ৵৹ অৰ্জ্জুন সংবাদ, ৵৹ অদ্ভুত জ্যোতিষ ৷৵৹ অসমীয়া ভঙ্গা ঋপুঞ্জয় ১্ মেঘনাদ বধ ৸৹ সকুন্তলা ॥৹ দত্ত দেৱ চৰিত্ৰ ॥৹ ন বোৱাৰী ।৵৹ কুসুম কুমাৰী ॥৹ ব্ৰাহ্মণ ক্ৰিয়া সাৰ ।৵৹ বিধি সংগ্ৰহ ৷৴৹ বড় গীত ॥৹ ন খনিয়া কৰতি ।৵৹ ভাগৱত- গীতা বা অৰ্জ্জুন গীতা পকা বন্ধা ১॥৹ মহাভাৰত ১৮ পৰ্ব্ব ২॥৹ টকা।

 ই আৰ বাজেও জাক যি কিতাপ লাগে অদৰ দিয়া মাত্ৰ পাব।

 শ্ৰীকমলচন্দ্ৰ ডেকা গোসাই।   পোঃ চিনামৰা।