পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
চতুৰ্থ স্কন্ধ।

অথ কৃষ্ণ জন্মৰহস্য।

পদ।

ব্যাস নিগদতি নৃপকৰ। অবধান।
দে৷ৰকাৰ ছয় গৰ্ভ হৈলে নিপাতন॥
সপ্তম হইল গভ পাত অকস্মাতে।
অষ্টম দেবকী গৰ্ভ ৰাখে সাবহিতে॥
মৰণক ভযে পাছে নাৰদৰ বাক্যে।
দিবাৰাত্ৰি সৰ্ব্বদায়ে পহৰাধে ৰাখে॥
ভৈলন্ত সময় হৰি গৰ্ভে প্ৰবেশিল।
অংশ ক্ৰমে বসুদেব বায্যে ঠাই লৈল।
দোতৰূপে যোগ মায়া যশোমতি গৰ্ভে।
প্ৰদেশিল দেব কাৰ্য্য সিদ্ধিৰ উদ্দেশে॥
গকুলে ৰোহিণী গৰ্ভে জাত ভৈল ৰাম।
এহিমতে ভূমি ভাব হৰিবাৰ কাম॥
যোতেকে কংসৰ ভয় বাঢ়িছে উদ্বিগ্ন।
তেতেকে ৰাখিছে পালী পহৰীয় গণ :
বসুদেব দৈবকীৰো ভয় অতিশয়
কাৰাগাৰে দেবতাক মিনতি কৰয়॥