পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চদশ আধ্য । শঙ্কৰদেৱ মোটে দুবাৰ তীৰ্থ লৈ গৈছিল। প্ৰথম বাৰৰ কথা ওপৰত কোৱা হৈছে । দ্বিতীয় বাৰ তেওঁ বুঢ়া বয়সত, মাধৱদের ৰামৰয় তাত 'স্নাদি ১০ • ১৫ ভক ?তৰে সৈতে তীৰ্থ লৈ গৈছিল। এই বাৰ তেওঁ চৈতষ্ঠ্যদেৱক পুৰীত লগ পাই আলাপ তাধি কৰিছিল বুলি গুৰু চৰিত্ৰ পুথিত লেখা আছে। আমি পিতৃদেৱত৷ দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলোঁ যে, পুৰীত জগন্নাথন মন্দিৰত এইবাৰ হৰিব্যাস, ৰমানন্দ, শঙ্কৰদেৱ, আৰু চৈতন্যদেৱ চবিউনৰ মিলন হৈছিল। । ও গন্নাথদেৱৰ মন্দিৰৰ ভিতৰত চাৰিউজন ৰ 'হ ৰাতি আলাপ কৰি আছিল। ; কিন্ধ ৰাতিপুৱা যেতিযা মন্দিৰৰ ছৱাৰ মেলি দিলে, তেতিয়া দেখা গলযে কেৱল শঙ্কৰদেৱ ভে মন্দিৰৰ ভিতৰত বহি 'সাচে, আন তিনিজন নাই। পাণ্ডাসকলে কয় তেওঁলোক জগন্নাথদেৱৰ শৰীৰত লয় গল আৰু মহাৰুষীয়া ভকতসকলে কয় যে শঙ্কৰদেৱৰ শৰীৰত লয় গল । এই প্রবাদৰ মুল্য বি হওক, এইটো কি ঠিক বে পুৰীত চৈতন্তদেৱৰ মৃত্যু কেনেকৈ হল কোনেও কব নোৱাৰে। বছতে কয় যে তেওঁ তেওঁৰ উন্মাদ অৱস্থাত কেতিয়াবা গৈ সমুদ্রত শুৰি মৰিল। ওপৰৰ প্রবাদবপৰা এইটো আমি বুজিব পাৰে। যে শঙ্কৰদেৱ এইবাৰ জগন্নাথত থাকোতে চৈতন্যদেৱৰ তিৰোভাব হৈছিল । । চৈতন্টদেৱ তেওঁৰ শেষ জীৱনৰ ১৮ বছৰ পুৰীত