পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাওবিলাক।

পুৰুষ

১। চক্ৰধ্বজসিংহ
২। আতন বুঢ়াগোহাঞি ডাঙৰীয়া
৩। লাঙ্গিচং বৰগোহাঞি ডাঙৰীয়া
৪। ভগা বৰপাত্ৰগোহাঞি ডাঙৰীয়া
৫। লাচিত
৬। চক্ৰপাণি
৭। গন্ধৰ্ব্বনাৰায়ণ
৮। চন্দ্ৰনাৰায়ণ
৯। উদয়াদিত্য
১০। মাধৱচৰণ
১১। ৰামসিংহ
১২। আওৰেংজেৱ
১৩। চৈয়দ ফিৰুজ
১৪। চৈয়দ চানা
১৫। ৰচিদ্‌খাঁ
১৬। চৰিপ্‌খাঁ
১৭। অজিতচিং
১৮। ৰঘুনাথচিং
১৯। নচৰৎখাঁ

অসম দেশৰ ৰজা, আহোম স্বৰ্গদেৱ।
স্বৰ্গদেৱৰ ঘাইমন্ত্ৰী।
” চৰাৰ মন্ত্ৰী।
” চৰাৰ মন্ত্ৰী।
ঘোঁৰা-বৰুৱা,পাচত বৰফুকন।
ৰাজখোৱা বিষয়া।
কোঁচ ৰাজকোৱঁৰ।
দৰঙ্গী ৰাজকোৱঁৰ।
চক্ৰধ্বজসিংহৰ ভায়েক, আহোম স্বৰ্গদেৱ।
বৰফুকনৰ কটকী।
মোগলৰ বৰসেনাপতি।
দিল্লীৰ পাটচাহ।
গুৱাহাটীৰ মোগল থানাদাৰ।
মোগল সেনাপতি।
মোগল সেনাপতি।
মোগল সেনাপতি।
ৰামসিংহৰ গা-চোৱা।
মোগল সেনাপতি।
মোগল সেনাপতি।