অৰ্পণ
হিয়া ভৰা আশীৰ্বাদ-সহ এই অকণমানি “লট্কন” নামৰ কথা-মালা-ধাৰি শ্ৰীমান অনিল কুমাৰ বৰুৱা মইনাৰ ডিঙিত চেনেহেৰে পিন্ধোৱা হল।
“কটকী-কুটীৰ”—কটকীপুখুৰী—যোৰহাট ১৩ আহিন, ১৮৬৩ শক। বিজয়া দশমী।
লেখক৩০।৯।৪১