পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
লেখিকাৰ পৰিচয়

_| সাহিত্য আৰু চিত্ৰৰ মাজত গতিশীলতা বিচাৰি 1] পোৱা আৰু সাহিত্য চৰ্চাৰ প্ৰতি আজন্ম হেপাঁহ থকা জ্ৰীমতী নীলিমা বৰা সাম্প্ৰতিক যুগত সাহিত্য জগতৰ এটি খ্যাত নাম। তেখেতৰ জন্মস্থান নগাঁৱত। {/ _ | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰ৷ তেওঁ অসমীয়া _ / __/| সাহিত্যত এম.এ. ডিগ্ৰী লয়। বাল্য কালতে কবিতা '_| লিখি তেওঁ অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰে। আলোচনীখনিৰ শ্ৰীমতী বৰা আছিল নিয়মিত শিশু লেখিকা। অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত কবিতা গল্প, প্ৰবন্ধ, উপন্যাস আৰু শিশু সাহিত্য আদি লিখি অহাৰ উপৰিও ১৯৭২ চনৰে পৰা গুৱাহাটী অনাতীৰ কেন্দ্ৰত প্ৰচাৰ হৈ অহা কবিতা, গল্প,কথিকা,নাটক আদিৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ জগতত এখনি সুকীয়া আসন দখল কৰি আহিছে। শৈশৱৰ কালছোৱা তেওঁ নগাঁৱৰ আমলখি চাহবাগিছাত দেউতাকৰ লগত কটায় আৰু তাতেই চাওতাল, উড়িয়া আদি সম্প্ৰদায়ৰ দিবি লৰ সমস্পশলে অৰ ) স্বৰ সেহযৰে তেওঁ সুজাুভতিৰে ৰচিত পুৰত উপন্যাস পৰভ্যশা ফুটি





জৰ এক স্বচ্ছ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। সদৌ অসম ভিত্তিত সাহিত্য সভা আৰু অনুষ্ঠানৰ পৰা শ্ৰীমতী বৰাৰ বহু