পৃষ্ঠা:মেঘদূতম.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মেঘদূত অনুবাদকৰ প্ৰণীত আৰু প্ৰকাশিত পুস্তকাবলী

প্ৰশংসা পত্ৰ পাইছো।

সাধুৰ ভৰাঁল ( ১ম ভাগ) পুৰণি কথা -মনমোহা ঐতি হাসিক গল্প — বুদ্ধিৰ গল্পৰ সমাবেশ। অসামবুৰঞ্জী জানিব খুজিলে আৰু পঢ়াৰ আগতে ইয়াক এবাৰ পঢ়ক। দাম অতি সস্তা- ছয় অনা মাথোন।

ঢোৰোক পণ্ডিত — ব্ৰাহ্মণৰ গৃহস্থালি,দৰিদ্ৰতা, বহু বিবাহ, জালিয়াতৰ কাণ্ড, ব্ৰাহ্মণৰ কন্যাদায়, স্বদেশ সমাজ হিতৈষিতাৰ জ্বলন্ত দৃষ্টান্ত। হাঁহি আৰু ভাবেৰে ভৰা। দাম অলপ- মাথোন তিনি অনা৷

ওৰণি:পৰ্দ্দা, ওৰণিৰ আৱশ্যকতা আৰু অনাৱশ্যকতা, সতী আৰু অসতী, ভিৰুতা আৰু পাষণ্ড, দৰ্শন আৰু ব্যৱহাৰ, একে- লগে চাব খুজিলে ‘ওৰণি’ এবাৰ পঢ়োক। দাম পাচ অনা মাথোন।

জয়মতী কাহিনী-বীৰপূজা- জাতীয়তা—স্বদেশহিতৈষিতা — প্ৰণয়—উদ্ধাৰ ৰাজনীতি সমাজনীতি ধম্মনীতি-সতী প্ৰাণ-পত্নীপ্ৰেম- স্বদেশপ্ৰেম শিকিব খুজিলে “জয়মতী- কাহিনী” অধ্যয়ন কৰক। দাম ছপইছা৷

মুখেন মাৰিতং জগৎ-হেড মাষ্টাৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা বি, এ ডাঙ্গৰীয়াৰ- আধুনিক শিক্ষাভিমানীৰ সমাজ সংস্কাৰ-দেশোদ্ধাৰ-ফাঁকি প্ৰবঞ্চনা অত্যাচাৰ-কমিটি পতা-স্কুলপতা আদি যে হৃদয়ৰ পৰা নহয় তাক যদি জল্ জল্ পট পট্ কৰি চাব খোজে, তেন্তে এই কিতাপ পঢ়োক। দাম মাথোন সাত অনা।


একেলগে- কেউখন নিলে এটকা দু অনাত পাব৷ কিতাপ প্ৰায় শেষ হৈছে। খৰ কৰোক। লিখক-ছাত্ৰবান্ধব