পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 48 ] লি। বেটীৰ খং বাঢ়নীত। জয়ন্তী আইদেৱৰ খংটো মোৰ মুৰত ঝাৰিলে! ইমান কবিও-কাম নকবা হলো। (হা হাঁহি) বাৰু! দেখিম মই নহলেনো কাৰ ওপৰৰ দপদপনি কৰিব। গীত। কৰি কাম কলিজা মৰিল। নকৰে। চাকৰি এনে মস্কিল। আজৰি নাইৰাতি দিন; ওলাওঁতে সোমাওঁতে কিল; হাকিম পাগল হুকুম বহিল, ইস্তফা দাখিল। 101