পৃষ্ঠা:মা দুৰ্গা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাৰ্কণ্ডেয় উবাচ : ॐ মা দুৰ্গা --- ॐ ॐ ততস্তৌ সহিতৌ বিপ্ৰ তংমুনি সমুপস্থিতৌ সমাধিনাম বৈশ্যাহসৌ স চ পাৰ্থিব সত্তমঃ॥ কৃত্বা তু তৌ যথান্যায়ং যথাৰ্হস্তেন সংবিদম্। উপবিষ্টো কথাঃ কাশ্চি চ্চক্ৰতু বৈবশ্য পাৰ্থিবৌ॥ শুনিবলৈ পাইছো এই অৰণ্যৰ মাজতে আছে মহৰ্ষি মেধস মুনিৰ আশ্ৰম। তেওঁৰ ওচৰলৈ গৈ আমি আমাৰ মোহজৰি খণ্ডন কৰিব পাৰিম। সুৰ্থ সমাধি গৈ গৈ মেধস মুনিৰ আশ্ৰমত উপস্থিত হ’ল। আশ্ৰমৰ ভিতৰত তেওঁলোকে দেখিলে এটি অলৌকিক দৃশ্য। যাৰ যিটো ভক্ষক তাৰে সিটো ৰক্ষক॥ বাঘে ছাগে, সিংহ মৃগে, নেউলে সাপে, এন্দুৰ মেকুৰী একেলগে খেলিছে। কাৰো মনত নাই হিংসা কপৰ্টতা। ৰজাবৈশ্য আচৰিত হ'ল। চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানুহ। আমি আমাৰ অন্তৰ ইমান কলুষিত ঈৰ্ষা, বিদ্বেষ, অহংকাৰৰে পূৰ্ণ আমাৰ অন্তৰ। দুয়ো আগবাঢ়ি গ’ল মেধস মুনিৰ ওচৰলৈ। দুয়োজনে মুনিৰ চৰণত ধৰি প্ৰণাম জনালে। অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম্। তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰুৱে নমঃ॥ হে বনছৰ আসন গ্ৰহণ কৰা আৰু কোৱা কিয় আহিলা মোৰ আশ্ৰমলৈ? প্ৰণাম জনাই ৰজা বৈশ্যই মেধস মুনিক সুধিলে হে গুৰুদেৱ কোন? কাৰ আৰু কিয়? ভাৰ্য্যা, পুত্ৰ, কন্যা, ভাই, বন্ধু, দাাদা, খুৰা, আত্মীয় কোনো নহয় এই সকলো বজৰুৱা সংসাৰ হাতৰ বেপাৰী, আহিবৰ