পৃষ্ঠা:মা দুৰ্গা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিহা পদ ॐ ॐ মা দুৰ্গা ॐ ॐ সৰুৰে পৰা মই বহু ধন উপাৰ্জন কৰিলো। লাহে লাহে মোৰ বৃদ্ধকাল আৰম্ভ হ’ল। মোৰ ভিতৰত থকা মানবীয় সত্বাই মোক ক'লে অকল ভাৰ্য্যপুত্ৰক পোহপাল দিলেই সকলো নহয় আত্মশুদ্ধি ধনসুদ্ধিৰ বাবে কিছু দানৰো প্ৰয়োজন। ॐ ॐ সমাধিনাম বৈশ্যোহ হমুৎপন্নো ধনিনাং কুলে। পুত্ৰদাৰৈ নিৰক্তশ্চ ধনলোভাদ সাধুভিঃ॥ সেয়েহে মই ৰাতিপুৱা শুই উঠি নিত্য কৰ্ম কৰি দুখীয়া দৰিদ্ৰক দুই- চাৰি পইচা দান কৰোঁ। বিহীনশ্চ ধনৈদ্দাৰৈঃ পুত্ৰৈৰাদায় মে ধনম্। বনমভ্যাগতো দুখী নিৰক্তশ্যাপ্ত বন্ধুভিঃ॥

বিধি বিৰম্বিলা দৈৱে কি লিখিলা

সোহহং ন বেদ্মি পুত্ৰানাং কুশলা কুশলাত্মিকাম্। প্ৰবৃত্তিং স্বজনানাঞ্চ দাৰানাঞ্চাত্ৰ সংস্থিতঃ॥ মোৰ কপালে বিধি আছে কি লেখিয়া।

তাক দেখি ভাৰ্য্যা পুত্ৰ হয়লেক কুৰ।

ধন লোভে মাৰি ধৰি কৰিলেক দুৰ॥ সাত পুত্ৰ চেনেহৰ ভাৰ্য্যাই ধনৰ লোভত মোক মাৰি ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে৷ সিহঁতৰ অত্যাচাৰত প্ৰাণৰ ভয়ত এনেদৰে মই অৰণ্যৰ মাজত ঘুৰি ফুৰিছোঁ। হে মহাশয় এইবাৰ আপোনাৰ পৰিচয় দিয়ক। কিন্নু তেষাং গৃহে ক্ষেম মক্ষেমং কিন্তু সাম্প্ৰতম্ কথন্তে কিন্নু সদ্বৃত্তা দুৰ্ব্বত্তাঃ কিন্নু যে সুতাঃ। ৰাজোবাচ