পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


অসম সাহিত্য সভাৰ সপ্তদশমিক অধিবেশনৰ
উপলক্ষে এই ক্ষুদ্ৰ “মানৱ জ্যোতি” পুথিখনি
সদৌ অসম ৰাইজৰ ওচৰত সৰল
অন্তঃকৰণেৰে অৰ্পণ
কৰা হল।


গুৱাহাটী
১১ পুহ ১৮৫৯ শক।
ৰাইজৰ সেৱক—
শ্ৰীহৰমোহন