পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

য-খাৰ এচুঙাও লৈ ফুৰে
কান্ধৰ জোলোঙাত তেওঁ।

সেমেকা বাটটোৰ মূৰত
মেলা দুৱাৰেৰে পঁজাটো ৰৈ আছে
কোন কাহানিবাই ওলাই যোৱা কবিজন
আজিও ওভতি অহা নাই।

৫০ মা টি ৰ মা লি তা