এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মা ভে 15 মা 00 00 00 00 00 00 00 মহৰী (ভিতৰৰ পৰা জোতা-মোজাযোৰ আনি) ওঁ, পিন্ধ বাৰু পাৰ যদি। অ' বাইটি! জোতাযোৰ নোসোমায়, মোজাযোৰকে পিন্ধো। জোতাযোৰ কেনেবাকৈ ফাটিব, থক্। এৰা ভাল হৈছে। হেৰ, তোৰ আজি চ'তৰ বিহু হ’ল; নাচচোন চাওঁ। (ভাবিৰামক) বোপা! আপুনি আজি কামলৈ নোযোৱা নে? মই ইয়াক আমাৰ চাহাবৰ ওচৰলৈ লৈ যাম গুণাইছোঁ। মেম্ম্চাহেব!মোৰ ইয়াত কোনো সহায়-সাৰথি নাই। তুমি আকৌ চাহাবক মৰম বেথা কৰিবলৈ এফেৰি বঢ়াই বুজাই কৰাঁ। চোৱাচোন, মইনো তোমাক নকৈ কাক ক'ম বাৰু? সেইটো কেলেই ক'ব লাগিছে, মই কিবা নেজানো নে? ক'লা, বেছ কৰিলা। চাহেবে মোৰ কথা বৰকৈ শুনে। মই তোমাৰ কথা ভালকৈ ক'ম, বেগতে উন্নতি হ'ব বোপা, তুমি একো চিতা নকৰিবা। ভাল, তুমি থকাত মোৰ কিহৰ চিতা? এতিয়া মই আহিলোঁ। ভাল, বোপা। যোৱাঁ। ভা মা ভা 4 মা ৩৩