মহৰী তৃতীয় অংক প্ৰথম দৰ্শন চাহাবৰ বঙলাৰ বাৰাণ্ডা (মিষ্টাৰ ফক্স আৰু ভাবিৰাম) ভা ফ ভা ফ 0 ভা 0 ফ ভা 00 ফ ভা 0 ফ ফ ভা 5 W 5 W 5 W D L D ŵ D ŵ D W D ফ ŵ 5 ŵ 5 k ভা (চেলাম দি থিয় হৈ আছে) অ’টুমি আহিছে? হয় হজুৰ মই! আহিছোঁ। মোৰ মহৰী বাবু টোমাক বালকৈ ৰাখিছিলে? হয় হজুৰ! ভালকৈ ৰাখিছিলে। টুমি গৰত কিহত হুৱে? ঢাৰি-পাটিত শোওঁ হুজুৰ! কি ঠুলি নাই আছে? (বুজিব নোৱাৰি, মাহি মুহাকৈ) হয়। হুজুৰ! “কি ঠুলি নাই আছে”। ঠুলি? হয় হুজুৰ ঠুলি। 00 00 ঠুলি কি আছে? ফ ভা ফ ভা ফ 00 00 (বুজিব নোৱাৰি) হয়, হজুৰ! “ঠুলি কি আছে।” (খঙেৰে) ইউ ব্লাডি! ঠুলি ক্যা চিজ হেই? (বুজা যেন ভাৱ কৰি) হয় হজুৰ! এতিয়াহে বুজিছোঁ, চিড় (Cheese) মানে পনীৰ, তাক চাহেব লোকে খায়। (দাঁত কৰচি) টুমি গাডা আছে? (বুজিব নোৱাৰি) হয় হজুৰ কি? (মেহেঙা মেহেঙিঙ্গক) ক'ব নোৱাৰোঁ হজুৰ মই কইছে টুমি মোৰ বাট নাই জানিছে, মানুহ নাই আছে,. গা-ঢা আছে। ২৯
পৃষ্ঠা:মহৰী.pdf/৩২
অৱয়ব