পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তমাৰ দ্বাৰা প্ৰকাশিত কিতাপৰ নাম
আৰু বিবৰণ

ক) জগৎগুৰু শ্ৰীশ্ৰীশঙ্কৰদেৱৰ ৰছিত আৰু শ্ৰী তীৰ্থনাথ গোস্বামীৰ দ্বাৰা সম্পাদিত—

১। কীৰ্ত্তন পুথি (ডাঠ কাগজৰ সাচিপতীয়া পুথিৰ আকাৰে কীৰ্ত্তন)

২। দশমপুথি (শ্ৰীকৃষ্ণৰ জন্ম খণ্ড-থাপনাৰ কাৰণে-পুথি আকাৰে


(খ) মহাপুৰুষ মাধৱদেৱৰ ৰচিত আৰু শ্রীতীর্থনাথ গোস্বামীৰ দ্বাৰা অর্থ লিখিত—

৩। নাম ঘোষা ( এহেজাৰ ঘোষাৰ সৰল অৰ্থ, অন্বষ আৰু গুচার্থ সহ—“ঘোষামৃত" ) ।

৪। ৰত্নাৱলী (টান শব্দৰ অর্থ সহ )

(সিপিঠিত চাওক)