পৃষ্ঠা:মণিকুট.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৶৹

যেতিয়ালৈকে আমি আমাৰ দেশৰ, ভাষাৰ উন্নতি অৰ্থে এলাহ নিহালি এৰি যত্নপৰ নহম, যেতিয়ালৈকে আমি প্ৰাচীন কবি আৰু গ্ৰন্থকাৰ সকলৰ নাম চিৰস্থায়ী কৰিবলৈ চেষ্টিত নহম, যেতিয়ালৈকে ‘ন’ লেখক- লেখিকা বিলাকক সহানুভূতিৰে উৎসাহিত নকৰিম, তেতিয়ালৈ আমাৰ উন্নতি আশা-সাগৰৰ অতি দ’গৰ্ভত। অলমতি বিস্তৰেণ। ইতি

হাজো।
১৮৩০ শক।
প্ৰকাশক