পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাটত লেখা পুৰুষবিলাক।

অজিৎসিংহ ••• মায়াপুৰৰ ৰজা।
ধনবৰ ••• এজন কাম পুৰীয়া সাউদ।
নিৰঞ্জন (মায়া পুৰীয়া)
নিৰঞ্জন (কাম পুৰীয়া)
••• ধনবৰৰ যঁজাপুতেক।
কলিমন (মায়া পুৰীয়া)
কলিমন (কাম পুৰীয়া)
••• যঁজাভাই আৰু দুই নিৰঞ্জনৰ লগুৱা।
সোণেশ্বৰ ••• এটা সোণাৰি।
লাহমন
অনিৰাম
••• মুদৈ।
টকৰু ••• এটা বেজ।

 কামপুৰীয়া নিৰঞ্জনৰ মুদৈ বন্ধু, মন্ত্ৰী, কোটোৱাল, বন্দীপাল, বিষয়া, চোৰাংচোৱা ইত্যাদি।

তিৰোতা বিলাক।

সুমথিৰা ••• ধনবৰৰ ঘৈণীয়েক, তাপসী।
মালতী ••• মায়া পুৰীয়া নিৰঞ্জনৰ ঘৈণীয়েক।
তৰা ••• মালতীৰ ভনীয়েক।
সোণপাহী ••• এজনী বেশ্যা।
পট মায়াপুৰ।