এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাটত লেখা পুৰুষবিলাক।
অজিৎসিংহ | ••• | মায়াপুৰৰ ৰজা। |
ধনবৰ | ••• | এজন কাম পুৰীয়া সাউদ। |
নিৰঞ্জন (মায়া পুৰীয়া) নিৰঞ্জন (কাম পুৰীয়া) |
••• | ধনবৰৰ যঁজাপুতেক। |
কলিমন (মায়া পুৰীয়া) কলিমন (কাম পুৰীয়া) |
••• | যঁজাভাই আৰু দুই নিৰঞ্জনৰ লগুৱা। |
সোণেশ্বৰ | ••• | এটা সোণাৰি। |
লাহমন অনিৰাম |
••• | মুদৈ। |
টকৰু | ••• | এটা বেজ। |
কামপুৰীয়া নিৰঞ্জনৰ মুদৈ বন্ধু, মন্ত্ৰী, কোটোৱাল, বন্দীপাল, বিষয়া, চোৰাংচোৱা ইত্যাদি।
তিৰোতা বিলাক।
সুমথিৰা | ••• | ধনবৰৰ ঘৈণীয়েক, তাপসী। |
মালতী | ••• | মায়া পুৰীয়া নিৰঞ্জনৰ ঘৈণীয়েক। |
তৰা | ••• | মালতীৰ ভনীয়েক। |
সোণপাহী | ••• | এজনী বেশ্যা। |