পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশোক কণিষ্ক এজন বিদ্বান, বিদ্যোৎসাহী ৰজা আছিল। কবি অশ্বঘোষ আৰু দাৰ্শনিক নাগার্জুন তেওঁৰ সভাত আছিল। ৭৮ খৃঃত পেছোৱাৰত মহাৰাজ কণিষ্কৰ অভিষেক হয়। এই উৎসৱৰ দিন স্মৰণার্থে এটি শকাব্দৰ সৃষ্টি হয়। কুশান সাম্ৰাজ্যৰ পতন ঃ—কণিষ্কৰ মৃত্যুৰ পিছত যথাক্রমে বসিস্ক, হবিস্ক, বাহুদেব আদি ৰজা হয়। বাসুদেবৰ পিছৰ পৰা কুশান সাম্ৰাজ্যৰ পতন আৰম্ভ হয়। Pas 1