পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭০ ভাৰতৰ সংবিধান 46.42 Invention পদ্ধতি : Will পৰিভাষা Assamese Term Article Reference English: Equivalent অভিসময় 253, Sch. VII-I-14 Convention অল্পীকাৰক বিধি 13 M.N. laws in derogation of অৱসৰ বেতন 366(17) Pension অসন্মতিমূলক নিৰ্ণয় 145(5). Dissenting judgement অৰ্হতা 19(6) (1) Qualtfication অক্ষমতা। 249(3) (3} . Incompetency আকস্মিকতা 70 Contingency আকস্মিকতা নিধি 110(1)(c), 267 Contingency Fund: : আগম 244A (2) (c) Proceeds আবিস্কাৰ Sch.VII-1-49 আৱৰ্ত্তক, 275 (1)-Ist Proviso'.:: Recurring আজীৱিকাৰ ওপৰত কৰ, Sch.]]-II-60 Taxes on calling আসন 101 Seat আনুপাতিক প্ৰতিনিধিত্ব, 55(3) System of proportional: representation আনুষঙ্গিক 4(1) Consequential আহিগুণ Sch.VI1-11-15 ..vagrancy আপীল 132(3) Appeal আৰোপিত 265 Levied আবেদন 6(b)(ii) Application ইচ্ছাপত্ৰ Sch. VII-18-5 উচ্চ ন্যায়ালয় 22(4) (a) High Court: উচ্চতম ন্যায়ালয় 32 Supreme Court উৎপ্ৰেষণ লেখ :. 32(2) Certiorari উপ্ৰবাস Sch.VII-I-19 Emigration : উত্তৰাধিকাৰ 269(1)(a) Succession উত্থাপন 349 Introduction Sch. VI1-11-41 .. Evacuee উদ্ভৱ 16(2) Descent উপখণ্ড 366(27) Sub-Clause উপবিধি 13(3) (a) C.; Bye-law উপলব্ধি 112(3) (a), 158(3): Emoluments উপদান 366(17) Gratuity উপনিবেশন Sch. VII-1-18 Colonisation উন্মুক্তি। 65(3),105(3) : Immunity উলংঘন 13(2) ... Contravention একল সংক্ৰমণীয় ভোট 55(3} Single Transferable · Vote. ঋণ অনুদান 116,206 . Votes of Credit ঋণ ভাৰ. 112(3)(c), 202(3)(c) Debt Charge কনচিউলাৰ Sch. VII-I-11 Consular কদাচাৰ 317 (4) Misbehaviour কাৰবাৰ। 19(6) (1) Business কাৰণ 22(4) (a) Cause কাৰ্য্যকৰী 224. M.N. Acting কাৰ্য্যবাহী 32(1) Proceedings উদ্বাস্তু