পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তলত নাম দিয়া পুথি বিলাক আমাৰ হাতত পাব। সৰহ কৰি নিলে বহুত কমিচন পাব।

 
বৈষ্ণৱামৃত      
বৈষ্ণৱী কীৰ্ত্তন      
ভক্ত চৰিত্ৰ      
স্বৰ্গখণ্ড ৰহস্য পদ্মপুৰাণ      
অৰ্জ্জুন সংবাদ      
পকাবন্ধা দশম      
পকাবন্ধা কীৰ্ত্তন     ২৷৷৹
হেজাৰী ঘোষা     ৷৷৹
কুমাৰ হৰণ     ৷৷৹
উষাহৰণ     ৷৶৹
হৰিপ্ৰসঙ্গ     ৷৹
বাৰাহ চৰিত্ৰ     ৶৹
দ্বাদশ স্কন্ধ ভাগবত     ৷৷৶৹
অষ্টম স্কন্ধ ভাগবত     ৷৷৹
ভক্তি ৰত্নাৱলী     ১৲
লবণ দৈত্যবধ ৰামায়ণ     ৶৹
গুৰুগুণমালা     ৶৹
গুণমালা      
কৰতি পুথি একত্ৰে ৯ খন      
   

পুথি পোৱাৰ ঠিকনা—
শ্ৰীশিবনাথ ভট্টাচাৰ্য্য যোৰহাট,
অথবা
ভট্টাচাৰ্য্য এজেন্সী ডিব্ৰুগড়।