পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভক্তি সাধন

বা

বৈষ্ণৱামৃত।

⸻⸻

কবিপ্ৰবৰ মহাপুৰুষ
অনন্ত কন্দলী দ্বাৰা ভণিত।

শ্ৰীশিবনাথ ভট্টাচাৰ্য্য
দ্বাৰা প্ৰকাশিত।

নতুন সংস্কৰণ।
নং আমহাৰ্ষ্ট ষ্ট্ৰীট “ৰাধাৰমণ যন্ত্ৰে”
শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা
ছাপা কৰা হল।


মূল্য ৷৹ চাৰি অনা মাত্ৰ।