পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ 89 of old বিক অদত্ত যিতো অন্ন জল লয়। স্বধৰ্ম্ম আচৰি বিএে মুদ্ধিক লয়। বিষ্ঠা মূত্ৰ সম জানিবাহ। মহাশয়। ১৮৮ ব্ৰহ্মণৰ ব্ৰাহ্মন্যতো তোকেসে বাঢ়য়॥ ১৯৬ বিষু প্ৰসাদ নিতে কয় ভোজন। বিষ সেবি সদাবি শুদ্ধিক ভয়। জীৱন্তে মুকুত জানা সেহি দ্বিজগন। তাহাঙ্ক দিনই বিপ্ৰ অসুচি হোৱয়। নিত্যে তপশালী সুচী হৈল দ্বিজ চয়। শাল গ্ৰাম মহামন্ত্ৰ পুজা কৰিব। ব্ৰত দান ধৰ্ম্ম তীৰ্থ কৰিব আশ্ৰয়। ১৮৯; পাদোদক পান কৰি নৈবেদ্য ভুবি। ১৯৭ সান্ত দাস্ত অধ্যয়ন কৰি নিশ্চয়। বিষ পাদোদক পানে লভে তীৰ্থ স্নান। বিষ মন্ত্ৰ গ্ৰহন কৰিব মহাশয়। সস্তে পাতক তাৰ হোৱয় নিন। গুৰুক সেৰিয়। মন্ত্ৰ কৰিব গ্ৰহন। সব তথ স্নান লাভ জানা সিজেন। গুৰু ৰূপে মোক সদা কৰি সেৱন। ১৯৭ সমস্তে দেৱক সিতো কৰিলা অৰ্চন॥ ১৯৮ নিতে শিস্যে পুজাৰ দক্ষিণ! যি যি পাই। শাকগ্ৰাম শিলা লো কৰে অভিষেক। একক অৰ্পনা কৰিবেক সমুদাই। সৰ্বপাপ ক্ষয় তাৰ হোৱয় প্ৰতেক। গুৰুত অনুজ্ঞ। লৈয়া গৃহশ্ৰমী কৈব। গঙ্গাৰো জলতো কৰি শালগ্ৰাম জল। গুৰুক পোসন শিস্যে নিহা কৰিল। ১৯১ দশগুণে শ্ৰেষ্ঠ জানিবাহ। মহাবল। ১৯৯ সমস্ত জানিৰ পিতৃ মা গুৰু হয়। শাগ্ৰাম জল নিতে কয় ভোজন। সত্ত গুনে শ্ৰেষ্ঠ মাতৃ জানিব নিশ্চয়। জীৱন্তে মুকুত জান। সেহি দ্বিজগন। মাতৃত কৰিয়া শ্ৰেষ্ঠ মন্ত্ৰ দাতা যিতো। নিত্য কৃত্য কৰি দ্বিজে কৰিব ভোজন। শতগুণে শ্ৰেষ্ঠ হয় পুত্তম সিতো॥ ১৯ বিণু। নৈবেদ্য পৰে কৰি ভক্ষন। ২০০ "ৰি গুণে, শ্ৰেষ্ঠ গুৰু দেৱতাত কৰি। একদশী জন্মাষ্টমী ৰাম নৱমীত। প্ৰত্যেক্ষে ইশ্বৰ গুৰু জান দেৱ হৰি। শিৱৰাত্ৰি দিনে মুভুঞ্জিব কদাচিত। উদবেক কৰি দেৱতাক কৰে দান। এহি তিথি সমস্তত ব্ৰতক কয়। প্ৰত্যেক্ষ ভোজন কৰ্ত্তা গৃহিত। প্ৰধান॥ ১৯: জীবন্ত মুকুত হৱে সেহি দ্বিজচয়। ২০১ গুৰু ৰূপে দেই ধৰে। মঞি নাৰায়ণ। পৃথিৰত যিতে তীৰ্থ সমস্তে আছয়। ক তুষ্টে তুষ্ট হৱে সলে দেৱগন। ব্ৰাহ্মণৰ পদে থিতি হৱে মহাশয়। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ। প্ৰি পাদোদক যিতো জনে কৰে পান। চৰাচৰ জগতৰ গুৰুসে ইশ্বৰ। ১৯৪ সিতে। জনে সবে তীৰ্থ কৰিলেক স্নান। ২০২ গুৰুৰ দেহত থাকে সৰে দেৱগণ। বিষ প্ৰসাদ যিতো কয় ভোজন। গুৰু, তুষ্টে দেৱসমে তুষ্ট নংৰায়ণ। ভুমিকে। পবিত্ৰ কৰে জানা সিতো যন। গুৰু শিষ্য প্ৰতি হেন আচৰি। সব তীৰ্থ স্নান ব্ৰত ফলক পায়। পুত্ৰৰ সমান স্নেহ শিস্যক কৰিব। ১৯৫ জীৱতে মুকুত ভৈল সিতো মহাশয়। ২০২ আশীস নেদিয়া যদি ভোজন কৰয়। পদে পদে অশ্বমেধ ফলক পায়। ব্ৰহ্মহত্যা পাপ জন পুৰুত লাগয়। অগ্নি বায়ু সুৰ্য সম পবিত্ৰ হোৱয়। ald