পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ শুকৰ মহিষ খৰ স্বপ্ন হ দেখায়। মই। ভয়ঙ্ক। শৱ মৰিয়জীৱয়। ১৫৯ যৌনি লিঙ্গ স্বপ্নে পিতৃ যিপুনু দেখয়। তাহাৰ নিপাত জানা নিশ্চয় হেয়। গ্লেট কস যম দু.গতি ভয়ঙ্ক। পাশ অস্ত্ৰ সম্বু, জান। দৈখে যিতো নৰ। ১৬০ হেনয় স্বপ্নক (যতো নিশাত দে হয়। সচেতত তাৰ মৃত্যু জানিব। নিচ॥ ব্ৰাহ্মন ব্ৰাহ্ম। কন্য। বলোকে স্বপ্ন। দয় কৰিয়া এক্য কৰে নি১৬১ পোনাৰ পুত্ৰ কেন্য। বিদায় কস্ত। সচেতত দুঃখ শোক সিনে দথয়। কুৰ পুপ কুৰ মংল্য স্বপ্ন দেয়।

  • শস্ত্ৰ ও ৮েীৰে হক খেয়৷ ১৬)

বক্ব আকাৰে ম্লেচ্চ স্বপ্ন দেয়। সpও তাৰ মৃতু গৱশে হোৱয়। মুন গুন!দ্য ৰকত মন। বৰত গৰয় গীত গাৱয় নন॥ ১৬২ নেয় দেখায় মিতো নন্দ মহাশয়। সচেত সিতোজনে দু থক পৰয়। প্ৰাণ ত্যাগ মৃত্যু বা যিজনে দেখায়। অৱশ্যে তাহাৰ মৃত্যু অল্পতে হেয়। ১৬৩ মৎস্যাদি ধৰে স্বপ্নে যতে। হাশয়। ভাতৃ, অনে। জন মৰণ হোয়। কৱন্ধ দেয় স্বপ্নে বেদন দেয়। বিকৃত মুকুত কেশ সিতেজ হয়। ১৬৪ ক্ষেপণ কৰয় সিত। হাগ ৩ নায়। হেনয় দেখয় যতো তাৰ মুত্যু হয়। ম্লেচ্চ স্বপ্নে আতিশয় ভয় কৰী। যাৰ পুত্ৰ কন্যা আলিঙ্গন থাকে কৰি। ১৬৫ হেনয় স্বপ্নক যিতে! যি পুনু দেখ। অৱশ্যে হয় দুঃখ নাহিকে সংশয়। কেশ সৰি পৰে দন্ত ভগ্ন দেখে যাৰ। ধননি হোৱে শৰীৰত পীড়া তাৰ। ১৬৬ শৃঙ্গ। দন্তী যাক স্বপ্নে মেদিয়া কয়। মনুষ্যৰ ক্ষেদে ৪াৰ হোৱ ৰজ ভয়। শিলা তুস খুৰ তেজ বৃষ্টি তাজাৰৰ। স্বপ্ন ত ভস্মৰ বৃষ্টি যিপুনু দেখ।! ১৬৭ সচেতই দুঃখ তৰ অৱশ্যে গোৱয়। হস্তী ঘেৰা গৰু মৃগ পৰ্বৰত ৰথৰ। ভূমি পড়য় হস্তে বৃক্ষৰ গৃহৰ! 1ষতে। পৰে মৃগ হন্তে স্বপ্নহ নিশ্চয়। তাহৰ বিপত্তি বাপ সচিতে হোৱয়। ১৬৮ চ্ছ হন্তে পৰে যিতো স্বপ্নত গৰ্ভত। তাৰ চিতাত পড়ে পৰয় ভস্মত। খাৰ কুণ্ডে ৰে আৰু পৰয় চুন্নত। তাহাৰ গোৱয় মৃতু জানা সচেত! ১৬৯ ধুমকেতু ৰে আৰো মৃণৰ পতন। পবিই পড়ায় আসি দেথে যিতে জন। গানো •ন। বিমঙ্গল স্বপ্ন দেখায়। তাইৰ জানিব| দুঃখ সচিতে মিলয়॥১৭০ মস্তকৰ পৰ। ছল কঢ়িয়। নিয়য়। পিতৃ নাশ গুৰু নাশ জন। তাৰ হয়। যমদুতে ম্লেচ্চ যা পাসে জৰি পৰি। যাক বান্ধয় স্বপ্নে জৰ পুৰ কৰি || ১৭, যদি বন্ধি নিয়া স্বপ্নে যাহক নিয়য়। ৩াহাৰ ৱেয় মৃত্যু জানা মহাশয়। ব্ৰাহ্মণ ব্ৰনা গুৰু স্বপ্ন ত সপয়। গনকে সপয় ষাক বিপত্তি ভয়॥ ১৭২ কুকুৰ ভালুক কাক গ ৱ পৰয়। স্বপ্নে তেন দেখে সিতো মৃত্বক গভয়। মহি ৰাই উট গন্ধ ভাল্লক। মহাক্ৰোধে খেদি আসে স্বপ্ন যাহাক। ১৩ নিশ্চয় জানিবা সিতে ৰোগক লভয়। দুঃস্বপ্নৰ শান্তি শুনিয়োক মহাশয়।