পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। টু'? #ও।" আৰু - দক্ষিণপাট সত্ৰৰ ছলাজন। অধিকাৰ পুৰুন ৩ মনৰদেৱ গোস্বামী প্ৰভুৰে আসাম সাহিত্য সভাৰ ৫.০০ ৭, পাচ হাজাৰ টক। দান কৰিছিল। সেই টকাৰে সাহিত্য সভাই "শ্ৰী শ্ৰীনৰাদৱ ট্ৰাষ্ট ফণ্ড" নাম দি এটা চিৰদিনীয়া পূজি স্থাপন কবি •াৰ সুৰ টকাৰে দাৰ ইs, অনুসাৰে সাহিত্য সভাই প্ৰাচীন অসমীয়া ধৰ্ম্ম পুথি ছপাকৰি নৰদেৱ গ্ৰন্থাবলী" নামেৰে প্ৰকাশ কৰিবলৈ গাত লয়। তেখে প্ৰভৱ ১৯১৬ চনত উক্ত টকা দান কৰে। আৰু ট্ৰাষ্ট ডিডৰ সৰ্ত্ত অনুসাৰে সাহিত্য সভাই প্ৰাচীন পৃথি শ্ৰীশ্ৰীদেৱদামোদৰ চৰিত্ৰ প্ৰথমে প্ৰকাশ কৰে, এয়ে "নদেৰ গ্ৰন্থাবলী”ৰ : প্ৰথম পুথি। তাৰ পাচত শ্ৰীশ্ৰবনমালী দেৱৰ চৰিত্ৰ নামৰ দ্বিতীয় পুথি প্ৰকাশ কৰে এতিয! প্ৰকাশ হোৱা শ্ৰীশ্ৰীব্ৰহ্মবৈবৰ্ত পুৰাণ “নৰদেৱ গ্ৰন্থ- বল"ৰী পৃথি। এই পৃথিখনি আমি অন্যান্য বহুত পুথি অনুসন্ধানৰ ওপৰত দক্ষিণপাট সত্ৰৰ পৃথি- ৰাল পালে॥ আৰু পুথি প্ৰকাশ কৰিবলৈ বৰ্তমান অধিকাৰ আশ্ৰনাৰায়ণদেৱ গোনা প্ৰভৃৰ অনুমতি পাই এই পুথি সত্ৰৰ পৰা আমি নিজে পণি ৰচ'। তানি লওঁ। ব্ৰহ্মশৈত পুৰাণৰ মূল পুথি মহষি বেদবাসে লিখা বুলি কয়। কিন্তু আমি পোৰ! পুথি খনিত তাৰ উল্লেখ নাপালো। পুথি ৰচনা কৰোতা বললাৰাম দ্বিজ—তেওঁ নিজৰ চিনাকী পৃথিৰ শেষত এইদৰে দিছে :-

  • 'প তৰু

“মমিশ্ৰ নামে সন্ত পুন্যৱন্ত সাৰ। অছাপিয়ে গুণ যস বখানে জাহাৰ। দ্বাদশ বংসৰ তীৰ্থ কৰিলা সেৱন। বৃন্দাবন প্ৰবেশত পাইলা দৰিসন। গোপ বেগ ধৰি হৰি হাতে বেত ধৰি। মহাদ্ম ভাৱে দেখা দিলন্ত মুৰাৰি। পথ বাৰ্তা শুধি গৈলা পাচে দ্বিজবৰ। দুই তিনি ভৰি গৈয়া চাহিলা সত্যৰ। অন্তধ্যান ভৈলা হৰি পাছে নেদেখিল। বহুত বিচাৰি পাছে কান্দিবে লাগিল।