পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ >> ৮তম কৰিয়া দিবা কপট বিৰ। চিত্র ও বিচিত্র বৰিবাহা মন'ৰ | নিদ্ধি বৃক্ষক : গাইব ওৰ। প্রসিদ্ধ সুবৃক্ষ নিয়োযিবাহী গৃহক। ১৪৮ ভালমতে কৰিবহ। মন্দিৰ সুন্দৰ । অঙ্গনাকে নিশ্চিহ কৰি নহৰ || যদিৱৰে। তাশ্ৰম কৰিা তল । দাসৰ নিৰিা গৃহ সেহি ত ১it১৪৯ সমস্তত কৰি উ5াসেনৰ নিয়। কৰিবাহা সাৱধানে গৃহ ৰয় । মােৰ পিতৃ সুদে সবাতে উত্তম। নিহি। ভাশ কৰি হ'ন ত'এম !! ১৫ • শ্বিকৰ্ম্ম নিগদতি নাৰা। (কোন কোন বৃক্ষ তাল গৃহৰ কৰণ। কান বৃক্ষ মুদাই অশুভ কৰয় । গৃহৰ কেনবা দিশে ভদ্র কোনবা দিশত হলে তা বৰয় । গৃহৰ নেব। দিশে সদাকৰে ভয়। •গর কেনবা দিশে বৃক্ষ হয়। (কোন দিশত অমঙ্গলক কৰয় || ১৫২ দার্ধে প্রস্তে হবে যেন গৃহৰ প্রমান। অনিৰ যেন মান কহ ভগবান || কোন দিশে গৃহৰ কৰিবে। পুস্পবাৰি। ওড়ৰ প্ৰমান মােত কহিয়া মুৰাৰি। ১৫৩ খাৱৈৰ প্ৰমান আৰু দ্বাৰৰ প্রমান। সমস্তকে কহা মোক দেৱ ভগবান । কোন বৃক্ষ - কাষ্ট হরৈ প্রসস্ত গৃহত । কোন বৃক্ষ কাষ্ট অমঙ্গক অপ্রসস্ত ॥ ১ ১৫ যদি যােগ্য হঞো আমি প্রভু নাৰায়ণ সন্তে কহিয়ে। শুভ অশুভ কাৰণ ৷ ভগৱন্ত নিগদতি বিশ্বকৰ্ম সংৰ। শুভাশুভ বৃক্ষ কথা কৰিবে। প্ৰচাৰ । ১৫৫ গৃহৰ আশ্ৰম নাকি শুভ হয়। গৃহৰ ঐশান পুর্বে পুত্ৰক দিৱয়। পল শ জjৰ বিত্ব বদৰি থাকয়। পুজেঁ পুল বৃদ্ধি দণিত ধন । ১৫৬ এই বৃক্ষর সদি আশ্রমে থাকয়। গৃহৰ সম্পতি হৱ জানি নিশ্চয়। আম জাম ডালিম্ব কদলি বৃক্ষ চয়। পাক বৃক্ষ হয় দক্ষিণত মিক্ত হয়। ১৫৭ সন্তে বৃক্ষক শুভ ফলক দিৱয়। সুত ধন প্রাপ্তিকৰে এহি বৃক্ষচয় । গুৱা বৃক্ষে তুষ দিয়ে পছিমে দক্ষিনে। তনি দিশে শুভ সুখ কৰয় ইশানে । ১৫৮ সর্ব দিশ চম্পা বৃক্ষে শুভক দিৱয়। ৩ লাবু বুম্মা দুয়ে। গৃহে শুভ হয় !! খৰমুজ। চণ্ডাল কাৰিত শুভ হয়। বার্তাকি বেহুৱা শুভ ফলক দিয় । ১৫৯ প্রসন্ত বৃক্ষৰ কথা কহিলেহে সাৰ। নিষিদ্ধ বৃক্ষৰ কথা বহো না তাৰ ৷ বন বৃক্ষ নিসিদ্ধ হোৱয় আশ্ৰমত। নগৰে নিসিদ্ধ আতি নিসিদ্ধ গৃহত৷ :৬০ বট বৃক্ষ গৃহে তাতি নিসিদ্ধ কৰয় । বাৰিত থাকিলে চোৰ ভয় সদা হয় । গ্রাম বাঝে নগৰত নাহিকয় ভয়। দশণত পুন্য হােৱে নাহিকে সংশয় । ১৬১ নিষিদ্ধ শিমলু বৃক্ষ পুৰ নগৰত। সততে দুস্থক দিয়ে বাৰি প্ৰদেশত । বাৰিতো নিসিদ্ধ গৃহে সদা হােৱে ভয়। এতেকে শিমলুরক্ষ তেজিবে লাগায় ॥১৬২ ধনহানি পুত্র হা৯ি শালি কয়। বাৰি মধ্যে সবে তা নিসিদ্ধ কৰয় । তেন্তেলি বৃক্ষক সদ। বর্জিবা নিশ্চয়। ধন হানি পুত্র হানি কৰে নানা ভয়। ১৬৩