পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাননী

 তলত লিখা পুথিকিখনি আসাম সাহিত্যসভাৰ দ্বাৰা প্ৰকাশ হৈছে আৰু বেচিবলৈ যুগুত ৰখা হৈছে। এজেণ্টৰো সুবিধা আছে।

চন্দ্ৰকান্ত অভিধান •••••••••••• ৭ টকা।
নৰদেৱ গ্ৰন্থাৱলী-
শ্ৰীশ্ৰীদেৱ দামোদৰ চৰিত্ৰ •••••• ১ টকা
শ্ৰীশ্ৰীবনমালী দেৱ চৰিত্ৰ •••••• ৸৹ অনা।
শ্ৰীশ্ৰীব্ৰহ্মবৈবৰ্ত্ত পুৰাণ •••••••••••• ১ টকা

 সাহিত্যসভাৰ সভ্যসকলে ‘নৰদেৱ গ্ৰন্থাৱলী” একোখন আধা দামত পাব।

পোৱাৰ ঠিকনা-
এজেণ্ট-বৰকটকী কোম্পানী।    আসাম সাহিত্য-সভা
  যোৰহাট।  চন্দ্ৰকান্ত সন্দিকৈ হল,
  যোৰহাট।