ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ জানে। কৃড়। স্থান জত দেখিলাহ। মনোগত তুমি সখি অতি পুন্য সিল। সুনি কৃষ্ণু বাক্য চয় অতি প্ৰেমে মহাস মহাসেক ভৈল উদ্ধৱৰ। কতোক্ষনে স্বস্থ হুই উদ্ধৱজে মহাসয় কৃয়ক পেলন্ত বিৰবৰ। ১২১৬ কৃষ পাৱে দিয়ামন ভক্তিকৰি ভজ। তযু নি। অনাৰ সংসাৰ সাৰ নাহিকয় জানা আৰ মুখে ৰাধাকৃষ বোলা বানি। সুনান নাগিন খণ্ড লেচাৰি। নাহিকে ভুসন সৰিৰত উদ্ধৱ বদতি নাৰায়ণ তিন ব্ৰজভূমি মাঝে ৰাসৰ মণ্ডল সাৰ। তাতেকৰি শ্ৰেষ্ঠ পুত্তৰ নিৰন্তৰ গোকুল নিবসী জত আছে গোপি আৰ॥১২১৭ দেখিলাতে। আমি গোপিকাৰ মধ্যেসাৰ ৰাসৰ ইশ্বৰি ৰসৰি ভাগ্যৱতি। কমধ্যে অতি নি নাহিম কলিৰ বনে আছে সোকে বাধাসতি। পঙ্ক পাৰি পদ্ম পাত্ৰ অতি ৰাধাসতি চন্দন সহিঙে সুগন্ধিত জয় তাত। হেন সজ্য কৰি গোপি গনে অনুক্ষনে সেবিয়া আচয় দেখিলো মঞি সাক্ষাত॥১২১৮ পঙ্ক সজ্যা মাঝে অতিসয় ক্ষিপকাই। শুক্ল বস্ত্ৰ দুই পৰিধান নাহিজ্ঞান মলিন স্বভাব বাস্য জ্ঞান তান নাই। সেবিয়ং আচয় অনুক্ষনে সখিগনে চামৰক ধৰি সততে সেবি অচয়। দেহত অচয় স্বাস অতি ৰাধাসত দেহত আহাৰ তান কিচো নাহি কয়। ১২১৯ তোমাৰ,বিযোগ মহাজ্ব নিৰন্তৰ নিৰহাৰ হয়। ভৈলা আতি কৃষোদ। তান গৱে শ্ৰুতি নাহিক কৃপাময় জল বল জ্ঞান নাহিকয় দামোদৰ। কিবা ৰাত্ৰি কিবা দিন হয় নানয়
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৯
অৱয়ব