সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিবন । বন্ধ ইত্যাদি ৷ ৩৷ (১) অ, আ ভিন্ন স্বৰৰ গাঢ় ৰ ৰ পাচত য হয় । যেনে--দুকা, ঈর্ষা ইত্যাদি । (২) - চ আৰু ছ কেৱল 'শ'ৰ সৈতে হে যুক্ত হয় । যেনে— নিশ্চিত, নিশ্চয়, শিরশ্ছে, । (৩) ট, ঠ, ৰে সৈতে ঘ আৰু ত, থ, ন ৰে সৈতে স যুক্ত হয় । যেনে—কন্ট, মিষ্টি, নিষ্ঠা, কৃষ্ণ, বিষ্ণু পুস্তক, সংস্থান, রংস্র, জ্যোৎস্না ইত্যাদি । ৪। (৪) স্ত্রীলিঙ্গৰ ঈকাৰান্ত শব্দবোৰত প্রায়েই ি ফাৰ হয় । যেনে—নদী, খুৰী, শাহী পেহী, ইত্যাদি । (২) নিষেধসূচক ন অব্যয় যি শব্দৰ আগত ষত্ তাৰ অনুৰূপ আকাৰ লয়। যেনে- নকৰোঁ, নাযায়, নিকিনিবা, নোবোলোঁ। কেতিয়াবা কেতিয়াবা ব্যতিক্রন হয়। যেনে-- নেখাওঁ । ৪১৫৮/অঃ ২১০৭/অ সমাপ্ত Printed by Protap Chandra Talukder at THE ART PRESS. GAUHATI.