সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশেষণ। প্ৰশ্ন। ১। তলত লিখা বাক্যবোৰৰ পৰা বিশেষণবোৰ বাছি উলিওৱা — (ক) মিঠামুখীয়া মানুহ সকলোৰে প্ৰিয়পাত্ৰ। (খ) বৰ তিতা-কেঁহু৷ বস্তু খাবলৈ ভাল নহয়। (গ) ৰাম ভয়ানক চোৰ। (ঘ) ধনীহঁতৰ দুটা ঘোৰা হেৰাল। (ঙ) মোৰ নতুন চকিখন বেয়া। ২। বিশেষণ কেইবিধ? তা বিশেষণীয় বিশেষণ কাক বোলে? 81 কেনে পদক বিশেষণ পদ বোলে? ৫। তলত লিখা বিশেষণ পদবোৰ লগাই একো আষাৰ কথা কোৱা :- ধেমেলীয়া, দুষ্ট, পেটুৱা, পনীয়া, ওখ, ফটা, দহমুনীয়া, আৰু ধনী। 108801