পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বৈষ্ণৱী কীৰ্ত্তন।

যাকেৰি চৰণক  ৰেণু শিৰে পশি
 মুকুতি সুখ সুখে পায়॥
মাধৱ দীন  মূৰুখমতি কহয়।
 বাণী শুন সব লোই।
বিনে গুৰু চৰণ  ভকতি ৰকতি
 মুকুতি কবহু নহোই॥
ওহি পৰম তত্ত্ব  বেদকো বাণী
 জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক  গৰবক ছোৰি
 ডাকি বোলহু ৰাম ৰাম॥