পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩০ ]

 শিৰত থাকয় যেন কৃষ্ণ-পদ-ৰেণু।
 ৰ বাঞ্ছা,—দিয়া-নাথ ভক্তি-ৰস কানু॥
 ৰাতুল চৰণে ঠাই দিবাঁ প্ৰভু ৰাম।
 ৰণ বেলাত যেন স্মৰোঁ তযু নাম॥
 য়া কৰাঁ দীন-নাথ অগতিৰ গতি।
(উ) ত্তৰণৰ এক মাত্ৰ তুমি মূল ভেঁটি॥

গ্ৰন্থ সমাপ্ত
⸻⸻