পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২১ ]

এহি ভাবে আছে ইটো মগ মন্ত্ৰ হই।
আৰাধিলে নিষ্ঠে সিটো সিদ্ধিক লভয়॥
হেন জানি নৰলোকে এৰি আন কাম।
নমোনাৰায়ণ মন্ত্ৰ জপাঁ অবিৰাম॥৬৭

ইতি অষ্টাক্ষৰ মহামন্ত্ৰ ভঞ্জন পদ হৰি পদে

সমাপ্ত

 

⸻০⸻